প্রিয়াঙ্কা গান্ধীৰ ইউপি ৰ সিএম যোগী আদিত্যনাথক চিঠি ।
উত্তৰ প্ৰদেশত ক্ৰমে বৃদ্ধি পায় অহা কৰোনাৰ ভাইৰাশৰ আক্রান্ত প্ৰতি
লক্ষ্য় ৰাখি কংগ্রেসৰ সাধাৰণ সম্পাদক প্রিয়াঙ্কা গান্ধীয়ে এক প্ৰত্ৰ
প্ৰেৰণ কৰে ইউপি ৰ সিএম যোগী আদিত্যনাথলৈ। দুটি পৃষ্ঠা জোৰা
এই চিঠিখনিত প্রিয়াঙ্কাই উল্লেখ কৰে যে- যোৱা বিগত দিন কেইতাৰ
তুলনাত 23 জুলাইৰ দিনা প্ৰায় 2500 তা নতুন ৰোগী চিনাক্তা হৈছে

ৰাজ্য় খনত। তেওঁ লগতে কৈ যে চহৰ সমূহক বাদ দি এতিয়া গাওঁ
সমূহতো ইয়াৰ প্ৰভাৱ তীব্ৰগতীত বৃদ্ধী পাইছে।
ইয়াৰ উপৰিও আপোনালোকৰ চৰকাৰ খনে নো টেস্ট, নো কৰোনাৰ' নীতি গ্রহণ
কৰা কথাকো প্ৰত্ৰ খনত উল্লেশ থাকে। এনেকোৱা ধৰণৰ নীতিয়ে ৰাজ্য় খনত
কৰোনাৰ বিস্ফোৰণ ঘটাব পাৰে বুলি কংগ্রেসৰ সাধাৰণ সম্পাদক প্রিয়াঙ্কা গান্ধীয়ে
উল্লেশ কৰে।
লগতে তেওঁ ইয়াকো কয় যে যদিহে স্বচ্ছ পন্থা অবলম্বন নকৰে তেন্তে তেওঁ
এনেকৈয়ে কৰোনা যুদ্ধত অসম্পূৰ্ণ হৈ ৰব আৰু ৰাজ্য়ত অধিক ৰোগী
আত্মপ্ৰকাশ ঘটিব।

Comments
Post a Comment